১০ টা সাধাৰণ জ্ঞান প্ৰশ্ন আৰু উত্তৰ

Assamese general knowledge questions


১.অসমত কেতিয়া প্ৰথম খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল ?

উত্তৰ: ১৮৬৭ চনত

২.GST কেইপ্ৰকাৰৰ হয় ?

উত্তৰ: ৪ প্ৰকাৰৰ

৩.ৰাজ্যপাল বানৱাৰিলাল পুৰোহিতে জুবিন গাৰ্গক লুইত কণ্ঠ উপাধি কোন চনত প্ৰদান কৰে ?

উত্তৰ: ২০১৭ চনত

৪.‘দেওলাংখুই’ ৰ ৰচক কোন ?

উত্তৰ: ৰীতা চৌধুৰী

৫.কোনজন আহোম ৰজাৰ দিনত ইটাখুলি ৰণ সংঘটিত হৈছিল ?

উত্তৰ: গদাধৰ সিংহৰ দিনত ।

৬.চুকাফাই ক’ৰ পৰা আহিছিল ?

উত্তৰ: চীন

৭.সতী জয়মতী দিৱস কেতিয়া পালন কৰা হয় ?

উত্তৰ: ২৭ মাৰ্চ তাৰিখে ।

৮.‘নামঘোষা’ কোনে লিখিছিল ?

উত্তৰ: শ্ৰী শ্ৰী মাধৱদেৱ

৯. ‘প্ৰেম আৰু ৰদালিৰ’ কবি বুলি কাক জনা যায় ?

উত্তৰ: হীৰেণ ভট্টাচাৰ্য

১০.Discovery of Assam’ গ্ৰন্থখনৰ লেখক কোন ?

উত্তৰ: সতীশচন্দ্ৰ কাকতি


অসম বুৰঞ্জী

1. অসমৰ পুৰণি নাম কি ?

(A) ৰত্নপীঠ

(C) প্রাগজ্যোতিষ

(B) বিদর্ভ

(D) থানেশ্বৰ

Ans : (C)

2. প্ৰাগজ্যোতিষৰ ৰাজধানী ক'ত আছিল ?

(A) প্রাগজ্যোতিষ

(B) প্ৰাগজ্যোতিষপুৰ

(C) কামৰূপ

(D) ৰত্নপীঠ

Ans : (B)

3. কামৰূপৰ প্ৰথম ৰজাজনৰ নাম কি ?

(A) ভাস্কৰ বৰ্মন

(B) ঘটকাসুৰ

(C) মহীৰংগ দানৱ

(D) চুকাফা

Ans: (C)

4. ৰজা নৰকাসুৰে কাক বিয়া কৰাইছিল?

(A) ইন্দুমতী

(B) মায়ামতী

(C) লক্ষ্মীবাঈ

(D) বিদর্ভ ৰাজকুমাৰী মায়া

Ans : (D)

5. নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি ?

(A) দানৱ

(C) পাল

(B) বৰ্মন

(D) ভৌম।

Ans : (D)

6. ভাস্কৰ বৰ্মনৰ শাসনকালত প্ৰাগজ্যোতিষলৈ অহা চীনা পৰিব্ৰাজকৰ নাম লিখা ?

(A) হিউ-য়েন-চাং

(C) ফা-হিয়েন

(B) ভাস্ক-ডা-গামা

(D) চন্দ্রপল।

Ans: (A)

7. ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ কোন আছিল ?

(A) ভাস্কৰ বৰ্মন

(C) শীলভদ্র

(B) কনিষ্ক

(D) হিউয়েন-চাং

Ans : (C)

৪. হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মনৰ মাজত বন্ধুত্ব স্থাপন কৰা কটকীজনৰ নাম কি ?

(A) শীলভদ্র

(C) ইন্দ্ৰজিৎ

(B) হংসবেগ

(D) পুষ্পদত্ত

9. হিউ-য়েন-চাঙৰ কামৰূপৰ বিষয়ে লিখা টোকাখনৰ নাম কি ?

Ans : (B)

(A) চি-ইউ-কি

(B) ৰামায়ণ

(C) অর্থশাস্ত্র

(D) যোগিনীতন্ত্র

Ans : (A)

10. শালস্তম্ভ বংশৰ শেষ ৰজাজনৰ নাম কি ?

(A) ভাস্কৰ বৰ্মন

(B) শীলভদ্র

(C) ত্যাগ সিংহ

(D) হংসবেগ

Ans: (C)

11. পাল বংশৰ প্ৰতিষ্ঠাতা কোন?

(A) ব্রহ্মপাল

(B) বৈদ্যদেৱ

(C) ত্যাগ সিংহ

(D) শীলভদ্র

Ans : (A)

12. মহম্মদ-বিন-বখতিয়াৰে কেতিয়া কামৰূপ আক্ৰমণ কৰিছিল ?

(A) 1138

(C) 1270

(B) 1250

(D) 1206

Ans : (D)

13. কোনে কামৰূপ ৰাজ্যৰ ৰাজধানী কমতাপুৰলৈ তুলি নিছিল ?

(A) ৰজা সন্ধ্যা

(B) পৃথু

(C) বৈদ্যদেৱ

(D) বল্লভদেৱ

Ans : (A)

14. তাবাকাৎ‍-ই-নীছিৰী' গ্ৰন্থৰ ৰচক কোন?

(A) মিনহাজ উদ্দিন চিৰাজ

(B) আৰিমত্ত

(C) মহম্মদ-বিন-বখতিয়াৰ

(D) নীলধ্বজ

Ans: (A)

15. গৌড় ৰাজ্য ক'ত আছিল ?

(A) কমতা ৰাজ্যত

(B) কামৰূপ

(C) গৌড় ৰাজ্যত

(D) চুতীয়া

Ans : (A)

16. কোনে খান বা সেন বংশ প্রতিষ্ঠা কৰিছিল ?

(A) আৰিমত্ত

(C) ভাস্কৰ সিংহ

(B) নীলধ্বজ

(D) বৈদ্যদেৱ

17. সৰ্বপ্ৰথমে কামৰূপ আক্ৰমণ কৰা মুছলমান ৰজাজনৰ নাম কি ?

Ans : (B)

(A) নীলধ্বজ

(B) বখতিয়াৰ খিলিঙ্গী

(C) আৰিমত্ত

(D) বৈদ্যদের

Ans : (B)

18. কেতিয়া চুতীয়া ৰাজ্য প্ৰতিষ্ঠা হৈছিল ?

(A) 1189

(B) 1120

(C) 1150

(D) 1170

Ans : (A)

19. চতুীয়াসকলৰ শেষৰজন ৰজাৰ নাম কি ?

(A) নিত্যপাল

(B) নীলপাল

(C) ব্রজপাল

(D) ইন্দ্ৰপাল ।

Ans: (A)

20. কোচ শব্দৰ উৎপত্তি ক'ৰ পৰা আহিছে?

(A) কুৱাজ বা কম্বোজ

(B) কোচ

(C) কুজ

(D) করাজ

Ans: (A)

21. কোচ ৰাজ্য কোনে প্রতিষ্ঠা কৰিছিল ?

(A) নৰনাৰায়ণ

(B) চিলাৰায়

(C) বিশ্বসিংহ

(D) গড়গঞা

Ans : (C)

22. নৰনাৰায়ণৰ আচল নাম কি ?

(A) চুখামফা

(B) মল্লদেৱ

(C) শুক্লধ্বজ

(D) তামধ্বজ

Ans : (B)

23. শুক্লধ্বজক কি নামেৰে জনা যায় ?

(A) নৰনাৰায়ণ

(B) বিশ্বসিংহ

(C) চিলাৰায়

(D) লক্ষ্মীনাৰায়ণ

Ans : (C)

24. নৰনাৰায়ণ সিংহাসনত উঠাৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল ?

(A) চুকাফা

(C) চুখামফা

(B) চুমিফা

(D) চুক্লেনমুং

25. কোচ ৰজা ৰঘুদেৱৰ জীয়েকৰ নাম কি আছিল ?

Ans: (D)

(A) শংকলা

(C) বিমলা

(B) ভানুমতী

(D) বিপাসা

Ans: (A)

26. চিলাৰায় কাৰ হাতত বন্দী হৈছিল ?

(A) হোছেন শ্বাহ

(B) কছাৰী ৰজা

(C) চুলেইমান কৰৰাণী

(D) আহোমৰ

Ans: (C)

27. কোচৰাজ্য কেতিয়া বিভক্ত হৈছিল ?

(A) 1228

(B) 1582

(C) 1581

(D) 1585

Ans: (C)

28. কছাৰী ৰাজ্য ক'ত আছিল ?

(A) ৰত্নপীঠত

(B) দিখৌৰ পৰা কলঙলৈ

(C) কলঙলৰ পৰা দিখৌৰ মাজত

Ans: (B)

29. কছাৰী ৰাজ্যৰ ৰাজধানী ক'ত আছিল ?

(A) কামৰূপ

(B) শদিয়া

(C) হিৰিম্বাৰ

(D) কমতাপুৰ

Ans: (C)

30. কেতিয়া আহোম শাসন আৰম্ভ হৈছিল ?

(A) 1221

(B) 1228

(C) 1225

(D) 1226

Ans : (B)

31. প্রথম আহোম স্বৰ্গদেউ কোন আছিল ?

(A) চুকাফা

(B) চুমিফা

(C) চুক্লেনমু

(D) চুখামফা

Ans: (A)

Next Post
No Comment
Add Comment
comment url