Assamese easy quiz

 ১.অক্সিজেন কোনে আৱিষ্কাৰ কৰিছিল ?

- প্ৰীষ্টলী ৷


২.টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল ?

- আলেকজেণ্ডাৰ গ্ৰাহাম বেল ৷


৩.ডিনামাইট কোনে উদ্ভাৱন কৰিছিল ?

- আলফ্ৰেড ন’বেল ৷


৪.ডিজেল ইঞ্জিন কোনে উদ্ভাৱন কৰিছিল ?

- ৰুডলফ ডিজেল ৷


৫.অণুবীক্ষণ যন্ত্ৰ কোনে উদ্ভাৱন কৰিছিল ?

- জেদ জেনছেন ৷


৬.এৰোপ্লেন কোনে আৱিষ্কাৰ কৰিছিল ?

- অলভিল আৰু উইলবাৰ ৰাইট ৷

Next Post Previous Post
No Comment
Add Comment
comment url