Assamese quiz
বিশ্ব কুইজ
(১) বিশ্বৰ সৰ্বাধিক ধনী দেশ কোন খন ?
- চুইজাৰলেণ্ড।
(২) বৰ্তমান পৃথিৱীৰ সপ্তাশ্চৰ্য আশ্চৰ্য কি কি ?
১) চীনৰ প্ৰাচীৰ
২) আগ্ৰাৰ তাজমহল
৩) মেক্সিকোৰ চিচেল ইট্জা
৪) ব্ৰাজিলৰ ষ্টেচু অব দা খাইষ্ট দা ৰিডীমাৰ
৫) পেৰুৰ মাচু পিছু
৬) জৰ্ডানৰ পেট্ৰা
৭) ৰোমৰ কলোছিয়াম।
(৩) বিশ্বত সৰ্বাধিক সোণ ক’ত উৎপাদন হয়?
- দক্ষিণ আফ্ৰিকাত।
(৪) এছিয়াৰ প্ৰথম তেল শোধনাগাৰটো ক’ত?
- ডিগবৈত।